গুণমালা (Gunamala)

preview-18
  • গুণমালা (Gunamala) Book Detail

  • Author : শ্ৰীমন্ত শংকৰদেৱ (Srimanta Shankardeb)
  • Release Date :
  • Publisher : ASCOSYS
  • Genre : Philosophy
  • Pages : 46
  • ISBN 13 :
  • File Size : 53,53 MB

গুণমালা (Gunamala) by শ্ৰীমন্ত শংকৰদেৱ (Srimanta Shankardeb) PDF Summary

Book Description: গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ সাৰমৰ্ম মাত্ৰ ৬ টি অধ্যায়ত সামৰি ৰচনা কৰা গুণমালা পুথিখন গুৰুজনাৰ এক অপূৰ্ব সৃষ্টি হিচাপে গণ্য কৰা হয়। কোঁচৰজা নৰনাৰায়ণৰ ৰাজসভাত মহাপুৰুষজনাৰ ভাগৱত কথা শুনি থাকোঁতে বিচাৰ কথাত বিদ্যামান ব্ৰাহ্মণ পণ্ডিতক মহাভাগৱতৰ শাস্ত্ৰভাগ একেদিনাই পঢ়িব পৰাকৈ লিখি দিবলৈ দিয়া নিৰ্দেশনা ব্ৰাহ্মণ পণ্ডিতসকলে একেমুখে অসম্ভৱ বুলি কোৱাৰ বিপৰীতে শঙ্কৰদেৱ গুৰুজনাই ১ ইঞ্চি x ২ ইঞ্চি সাঁচি পাতত কুষম মালা স্তম্বত কৃষ্ণস্তৱ বা ব্ৰহ্মস্ততি অথবা গুণমালা পুথিখন একে ৰাতিৰ ভিতৰতে ৰচনা কৰি ৰজাক প্ৰদান কৰিছিল। ভাগৱৎ প্ৰেমময় গ্ৰন্থ গুণমালা পুথিখন ভক্তিৰ মাধ্যমৰে এখন তত্ত্বমূলক গ্ৰন্থ। এই পুথিখন কলেৱৰত সৰু হ’লেও শ্ৰীকৃষ্ণৰ মাহাত্ম্য লীলা বিষয়ক কথা চমুকৈ কিন্তু বৈশিষ্ট্য পূৰ্ণ ভাৱে ব্যক্ত হোৱা বাবে পুথিখন সাহিত্যৰ এক মূল্যবান গ্ৰন্থ হিচাপে মান্যতা প্ৰদান কৰা হয়। ইয়াত নাৰায়নৰ পূৰ্ণৰূপ অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহত্বময় গুণ বৰ্ণোৱা হৈছে।

Disclaimer: www.yourbookbest.com does not own গুণমালা (Gunamala) books pdf, neither created or scanned. We just provide the link that is already available on the internet, public domain and in Google Drive. If any way it violates the law or has any issues, then kindly mail us via contact us page to request the removal of the link.

গুণমালা (Gunamala)

গুণমালা (Gunamala)

File Size : 73,73 MB
Total View : 4712 Views
DOWNLOAD

গুণমালা পুথি মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সৃষ্টি। মহাভাগৱতৰ �

A Century of Protests

A Century of Protests

File Size : 88,88 MB
Total View : 6639 Views
DOWNLOAD

Addressing an important gap in the historiography of modern Assam, this book traces the relatively unexplored but profound transformations in the agrarian lands